Political News

উৎকট গৰমৰ মাজতো ৰাজ্যত উৎসাহী ভোটাৰ। দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ বৃদ্ধি অসমত। ২৬ এপ্ৰিলত সুকলমে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ। ভাৰতৰ প্ৰতিজন নাগৰিকে ইতিমধ্যেই সাব্যস্ত কৰিছে নিজ নিজ ভোটাধিকাৰ।

উল্লেখ্য যে, ৫টা সংসদীয় সমষ্টিত ইতিমধ্যেই ভোটগ্ৰহণ সম্পন্ন হৈছে। ৬১ প্ৰাৰ্থীৰ ভাগ্য বন্দী EVMত নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জৰ লগতে দৰং-ওদালগুৰিতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে।

গতিকে, জানো আহক -

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোন সমষ্টিত ভোটদানৰ হাৰ কিমান?