কাইলৈ দেশত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ! ৬ ৰাজ্য, ২ কেন্দ্ৰীয়শাসিত অঞ্চলত হ’ব ভোটগ্ৰহণ....

election

কাইলৈ দেশত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ
৬ ৰাজ্য, ২ কেন্দ্ৰীয়শাসিত অঞ্চলত হ’ব ভোটগ্ৰহণ
৫৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
EVMত বন্দী হ’ব ৮৮৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য
দিল্লীৰ ৭টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটযুদ্ধ
হাৰিয়ানাৰ ১০, বিহাৰৰ ৮খন আসনৰ বাবে ভোট
উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টিত হ’ব ভোটযুদ্ধ
পশ্চিমবংগৰ ৮, ওড়িশাৰ ৬ আসনৰ বাবে ভোটগ্ৰহণ
ঝাৰখণ্ডৰ ৪, জম্মু-কাশ্মীৰৰ এটা সমষ্টিত হ’ব ভোটগ্ৰহণ 

Category