Weather Report

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিকূল বতৰৰ সম্ভাৱনা
বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি
অসমৰ লগতে দেশৰ ১১ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
অৰুণাচল, মেঘালয়, ছিকিম, পশ্চিমবংগত হ’ব বৃষ্টিপাত
হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱত ধুমুহাৰ সম্ভাৱনা
প্ৰতি ঘণ্টাত ৪০-৫০ কিঃমিঃ বেগত আহিব পাৰে ধুমুহা
হাৰিয়ানা আৰু ৰাজস্থানতো ধুমুহাৰ বাবে এলাৰ্ট জাৰি
বিপৰীতে দেশৰ ১৩ ৰাজ্যত HIT WAVEৰ এলাৰ্ট জাৰি
পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, উত্তৰ প্ৰদেশত HIT WAVEৰ এলাৰ্ট