সতৰ্কবাণী! ৩ দিনৰ বাবে ৰাজ্যজুৰি এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ....

alert

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
৩ দিনৰ বাবে ৰাজ্যজুৰি এলাৰ্ট জাৰি
ৰাজ্যৰ বহুকেইখন জিলাত মূষলধাৰ বৰষুণৰ সম্ভাৱনা
আগন্তুক ৩ ঘণ্টাত ঠায়ে ঠায়ে হ’ব প্ৰৱল বৃষ্টিপাত
গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা
বঙাইগাঁও জিলাত হ’ব ধাৰাসাৰ বৰষুণ
ধুবুৰী, বজালী, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও
কাৰ্বি আংলঙতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
গুৱাহাটী মহানগৰীতো প্ৰৱল বৃষ্টিপাতৰ আশংকা

Category