বতৰে বিঘিনি ঘটাব শাৰদীয় দুৰ্গোৎসৱত, ৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা....

rain

পূজাৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে দুঃখবৰ
বতৰে বিঘিনি ঘটাব শাৰদীয় দুৰ্গোৎসৱত
৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণ
বজ্ৰপাত আৰু শিলাবৃষ্টিৰো আছে সম্ভাৱনা
কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ আগজাননী
সাগৰপৃষ্ঠৰ ধুমুহাৰ প্ৰভাৱ পৰিব সমগ্ৰ অসমত
সাগৰপৃষ্ঠৰ ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হ’ব উত্তৰ-পূৰ্বাঞ্চল
যোৱা ৪ দিন ধৰি ৰাজ্যত অব্যাহত নেৰানেপেৰা বৰষুণ
১৩ অক্টোবৰ পৰ্যন্ত বতৰ পৰিৱৰ্তনৰ সম্ভাৱনা ক্ষীণ

Category