
ৰাজ্যৰ ১২খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ
ধুমুহা-বৰষুণৰ লগতে বজ্ৰপাতৰো আশংকা ১২ জিলাত
কেইবাটাও স্থানত আৰম্ভ বতাহ-বৰষুণ, শিলাবৃষ্টি
বাক্সাৰ মুছলপুৰত প্ৰচণ্ড ধুমুহা-বৰষুণ
হঠাৎ অহা ধুমুহাই উৰুৱাই নিলে অস্থায়ী দোকান
মুছলপুৰ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ মাজত হাহাকাৰ
বিহুৰ বজাৰৰ মাজতেই অথন্তৰ
Category
- Log in to post comments