অহা ৪৮ ঘণ্টাত অধিক হাৰত বৰ্ষাপাতৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী.....

rain

অহা ৪৮ ঘণ্টাত অধিক হাৰত বৰ্ষাপাতৰ সম্ভাৱনা
বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰিলে অসম আৰু মেঘালয়ক
১১৫ৰ পৰা ২০৪ মিলি মিটাৰলৈ হ’ব পাৰে ধাৰাষাৰ বৃষ্টিপাত
এই বৰষুণে ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিব ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ জলপৃষ্ঠ
বতৰ বিজ্ঞান কেন্দ্ৰৰ ‘X’ পেজত এই তথ্য প্ৰকাশ
ইতিমধ্যে বিগত ৪ দিনৰ বৰষুণৰ ফলত স্থানভেদে ব্ৰহ্মপুত্ৰই বিপদসীমা স্পৰ্শ কৰিছে
অৰুণাচল আৰু মেঘালয়ৰ পানীয়ে অধিক জটিল কৰিব অসমৰ বান পৰিস্থিতি
ইতিমধ্যে ৩০৯খন গাঁও বানৰ কৱলত পৰিছে
১,০০৫ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে
১১টাকৈ সাহায্য শিবিৰত ৩,১৬৮গৰাকী লোকে আশ্ৰয় লৈছে
আগন্তুক ৪৮ ঘণ্টাত সম্ভাৱ্য প্ৰৱল বৃষ্টিপাতে পৰিস্থিতি অধিক জটিল কৰাৰ শংকা

Category