Crime

মুম্বাই আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী
নুনমাটিৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক বিশ্বজিৎ দাসক
নুনমাটি আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীৰ অভিযান
ডিজিটেল এৰেষ্টৰ ভাবুকিৰে বিভিন্নজনৰ পৰা লুটিছিল ধন
মুম্বাইৰ এগৰাকী অৱসৰী চৰকাৰী বিষয়াৰ পৰা লুটিছিল ধন
ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযান মুম্বাই আৰক্ষীৰ

ভুক্তভোগীয়ে উল্লেখ কৰা অনুসৰি অচিনাক্ত লোক এজনে 7895546797 নম্বৰৰ পৰা ফোন কৰি নিজকে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া বুলি পৰিচয় দি ভুক্তভোগী লোক জনক বেংকৰ জৰিয়তে মানি লাউণ্ডৰিং কৰা বুলি কৈ গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে।