
অপৰাধীৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হ’ব মহানগৰ আৰক্ষী
প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ কঠোৰ নিৰ্দেশ
চুৰিকাৰ্য ৰোধৰ বাবে কঠোৰ নিৰ্দেশ আৰক্ষী আয়ুক্তৰ
মহানগৰীৰ থানাত জানুৱাৰীৰ পৰা এই পৰ্যন্ত ৯৮৭টা গোচৰ
জানুৱাৰী মাহৰ পৰা এই পৰ্যন্ত গ্ৰেপ্তাৰ ২৭৩টাকৈ চোৰ
ফেব্ৰুৱাৰীতে বশিষ্ঠ আৰক্ষীৰ জালত ৬২টাকৈ চোৰ
পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৫টাকৈ চোৰক
দিছপুৰ আৰক্ষীৰ জালত ২২টাকৈ চোৰ
গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ১৬টাকৈ চোৰ
লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২টাকৈ চোৰক
হাতীগাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ ১৫টাকৈ চোৰ
চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৫টা চোৰক
- Log in to post comments