Bongaigaon

বঙাইগাঁৱৰ মাণিকপুৰত বিছাৰ উপদ্ৰৱ

বিছাৰ উপদ্ৰৱত টোপনি হৰিছে সৰ্বসাধাৰণ ৰাইজৰ

দমকল, বিছনা, খেতিপথাৰ সকলোতে কেৱল বিছা

মূৰে-কপালে হাত দিছে কৃষকসকলেও

বিছাৰ বাবে আঁঠুৱাৰ ভিতৰত সোমাবলগীয়া হৈছে মানুহ

থাকিবলৈ, বহিবলৈ ঠাই নোহোৱা হৈছে অঞ্চলটোত

জিলা কৃষি বিভাগে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ