Rupjyoti Kurmi

মৰিয়নিৰ গিৱন অভয়াৰণ্যক দেশী বিদেশী পৰ্যটকৰ লগতে জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে প্ৰাইমেট মিট ২০২৪।

গিৱন ইক’ কেম্প, দিশ, নিবন্ধ নামৰ কেইবাটাও সংগঠনৰ উদ্যোগত আৰু সহযোগত গিৱন অভয়াৰন্যত এই প্ৰাইমেট মিট ২০২৪ আয়োজন কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীয়ে অহা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান।