AIUDF

কংগ্ৰেছৰ কণ্ডলক লৈ AIUDF বিধায়কৰ প্ৰতিক্ৰিয়া
প্ৰতিক্ৰিয়া বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ
‘গৌৰৱ গগৈক বাদে সকলো কংগ্ৰেছী বিজেপিৰ মানুহ’
‘মুখ্যমন্ত্ৰীৰ কথামতে পৰিচালনা হ’লে প্ৰকৃত কৰ্মীখিনি অসন্তুষ্ট হ’বই’
‘ৰকিবুল হুছেইন কংগ্ৰেছৰ কাৰণে বৃহৎ বাধা হৈ পৰিছে’
‘বন্ধুৰ কথামতে কংগ্ৰেছ চলোৱাত দলটো ধ্বংস হৈছে’
কংগ্ৰেছৰ ৪-৫ জন বিধায়কৰ সৈতে AIUDFৰ যোগাযোগ
‘ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ ফোন অহালৈ বাট চাই থাকে’
‘ভূপেন বৰাই নিজে লক্ষ্মণ ৰেখা পাৰ কৰিছে’
‘ভূপেন বৰাই কংগ্ৰেছক থান-বান কৰিছে’