Assam Cabinet Meeting

সোমবাৰে বিয়লি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল সম্বোধন কৰি সদৰি কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অহা ২২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আটাইকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে অযোধ্যাৰ ৰাম লালাক দৰ্শন কৰিব।

cabinet