নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক, কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল....

cmo assam

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল
প্ৰতিমাহত দিছপুৰৰ বাহিৰত কেবিনেট বৈঠকৰ চিন্তা-চৰ্চা
কৰিমগঞ্জৰ বাবে ৮১ কোটি টকাৰ পানী যোগান আঁচনি
হাইলাকান্দিৰ বাবেও ৭২ কোটিৰ পানী যোগান আঁচনি
শীঘ্ৰেই সৰ্বশিক্ষাৰ বাবে বিশেষ নিযুক্তি
৩৫ হাজাৰ শিক্ষকলৈ নতুন চাকৰি
শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰিব চৰকাৰে
নলবাৰীৰ চাৰিটাকৈ ধৰ্মীয় অনুষ্ঠানলৈ ৩ কোটিকৈ অনুদান
নলবাৰীত হ’ব এটা প্ৰেক্ষাগৃহ আৰু আৱৰ্ত ভৱন
১৯ কিলোমিটাৰ নতুন মথাউৰি হ’ব নলবাৰীত
দুচকীয়া বাহনত হেলমেট নিপিন্ধিলে জৰিমনা হ’ব

Category