- বঙাইগাঁৱত ৰাজ্যিক কেবিনেট বৈঠক
- কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল
- সংবাদ মেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
- জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত হিতাধিকাৰীৰ ঘৰে ঘৰে যাব কেবিনেট মন্ত্ৰীসকল
- শ্বিলঙৰ পৰিৱৰ্তে দিছপুৰত কেবিনেট পাতিছিল বিষ্ণুৰাম মেধিয়ে
- অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছিল মহেন্দ্ৰমোহন চৌধুৰীয়ে
- দুয়োৰে পাছত দিছপুৰৰ বাহিৰত প্ৰথমবাৰলৈ কেবিনেটৰ বৈঠক
- দিছপুৰৰ বাহিৰত কৰা কেবিনেটে সহায় কৰিছে চৰকাৰক
- ৰাইজৰ ওচৰলৈ যোৱাত সহায় কৰিছে কেবিনেট বৈঠকে
- ৫ জানুৱাৰীত হাফলঙত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক
- নতুন শিক্ষানীতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
- ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুসৰণ কৰি অসমত হ’ব নতুন শিক্ষানীতি
- নতুন শিক্ষানীতিত নাথাকিব মেট্ৰিকৰ গুৰুত্ব
- ৫+৩+৩+৪ৰ আধাৰত হ’ব নতুন শিক্ষানীতি সম্পূৰ্ণ সলনি হ’ব পাঠ্যক্ৰম
- ১৫টা শ্ৰেণীত হ’ব স্কুলীয়া শিক্ষা ব্যৱস্থা
- নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছিনিয়ৰ ছেকেণ্ডাৰী
- সত্ৰৰ ভূমি বেদখলক লৈ কেবিনেটৰ সিদ্ধান্ত
- সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ সমিতি গঠন
- সমিতিৰ অধ্যক্ষ হ’ব প্ৰদীপ হাজৰিকা
- সমিতিত থাকিব দুই সদস্য মৃণাল শইকীয়া আৰু ৰূপম শৰ্মা
- বছৰৰ ৪টা দিন পিতৃ-মাতৃৰ সৈতে থাকিব মন্ত্ৰীসকল
- চৰকাৰী কৰ্মচাৰীয়ে বছৰত পাব দুদিন ছুটী
- ৬ আৰু ৭ জানুৱাৰীত পাব অতিৰিক্ত ছুটী
- চতুৰ্থ শ্ৰেণীৰ পৰা মন্ত্ৰীলৈকে পাব এই ছুটী
Category
- Log in to post comments