
◼️মহানগৰীৰ বশিষ্ঠৰ পিলিংকাটাত জঘন্য ঘটনা
◼️৬যুৱক আৰু কিশোৰৰ যৌন আতিশয্যৰ বলি এগৰাকী কিশোৰী
◼️ব্লেকমেইলিঙৰে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা
◼️কিশোৰীৰ প্রেমিক নিহালে প্রেমিকাৰ নগ্ন ফটো-ভিডিঅ’ কৰিছিল ভাইৰেল
◼️ভুক্তভোগী কিশোৰীৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কিশোৰসহ ২যুৱক
◼️প্রেমৰ জালত পেলাই প্রেমিকে আন ৫ সতীৰ্থৰে যৌন নিৰ্যাতনৰ চেষ্টা
◼️আৰক্ষীৰ জালত প্রেমিক নিহাল, অমৰজ্যোতি বৰ্মনসহ আন ৪ কিশোৰ
◼️আৰক্ষীৰ জালত পৰা ৪জন পাটৰকুছি-লতাকাটাৰ আৰু ২ জন পিলিংকাটাৰ
◼️নংপুৰ মহিলা থানাত ৰুজু হৈছে গোচৰ
Category
- Log in to post comments