আকৌ ধৰ্ষণ! গুৱাহাটী মহানগৰীত বিগত ৬ মাহে ধৰ্ষণৰ বলি এগৰাকী ১৪ বছৰীয়া নাবালিকা........

Rape Case

মহানগৰীৰ দক্ষিণ গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ তুলিছে পৰিয়ালক লোকে। বিগত ৬ মাহে ধৰ্ষণৰ বলি হৈ আছিল কিশোৰীগৰাকী।

rape

উল্লেখ্য যে, অষ্টম শ্ৰেণীত পঢ়ি থকা ১৪ বছৰীয়া কিশোৰীৰ লগতে পৰিয়ালৰ লোককো নিচাযুক্ত দ্ৰৱ্য খুৱাই কৰিছিল ধৰ্ষণ। ইতিমধ্যে আব্দুল হামিদৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উথ্থাপন হৈছে। পৰিয়ালক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতনৰ অভিযোগ।

rape

আনহাতে, প্ৰেমৰ জালত পেলাই যৌন নিৰ্যাতন কৰিছিল কিশোৰগৰাকীক। লম্পট যুৱকজনৰ বিৰুদ্ধে ভুক্তভোগীৰ লগতে ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ। আনহাতে, ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী।

Category
Profile picture for user UB Photos