Subhalakshmi Dutta

তিনিদিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত মঙলবাৰে নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল ASP শুভলক্ষ্মী দত্তক।  ইয়াৰ পিছতেই ২২ ছেপ্টেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ শুভলক্ষ্মীক।