Semifinal

আজি অনুষ্ঠিত হৈ যায় টী২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আজিৰ খেলখন। ইংলেণ্ডে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰাৰ সুবিধা দিয়ে। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ অতি সহজে বিজয়ী হয়। ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভাৰতীয় দলটোক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৬ টা উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৬৩ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৫০ ৰাণ সংগ্ৰহ কৰে। পূৰ্বৰ দৰেই আজিৰ মেচখনত ব্যৰ্থ হয় অধিনায়ক কে এল ৰাহু