T20 Worldcup

টি ২০ বিশ্বকাপৰ খিতাপ জয় কৰিলে ইংলেণ্ডে। কিন্তু এতিয়া ইংলেণ্ডৰ অধিনায়ক জচ বাটলাৰৰ এক পদক্ষেপ সকলোৰে মুখে মখে চৰ্চিত হৈ পৰিছে। বিশ্বচেম্পিয়ন হোৱাৰ পিছত ট্ৰফী হাতত লৈ আনন্দ-উল্লাহ কৰাৰ মাজতেই ঘটা এক ঘটনাৰ বাবে ক্ৰিকেট অনুৰাগী সকলে বাটলাৰক দিছে চ্যেলুট। বিশ্বকাপ জিকাৰ পিছতে বাটলাৰে টুলি লৈছিল ট্ৰফী। তেনেকুৱাতে বাকীসকল খেলুৱৈয়ে আনন্দত মতলীয়া হৈ খুলিছিল চেম্পেঞ্জৰ বটল। সেই দৃশ্য দেখি বাটলাৰে আদিল ৰছিদ আৰ মইন আলীক ট্ৰফীৰ মঞ্চৰ পৰা আতৰি যাব কৈছিল। দুইজন খেলুৱৈয়ে অধিনায়কৰ কথা মতে আতৰি গৈছিল তাৰ পৰা আৰু তাৰ পিছতে বাকী খেলুৱৈ সকলে চেম্পেঞ্জৰ বটল খুলি জয়ৰ উল্লাহ কৰে। আচলতে ইছলাম ধৰ্মত সুৰা সাৰাম আৰু চ