বিৰাট কোহলীয়ে কিয় চুমা যাচে বাৰে বাৰে প্ৰত্যেকটো সাফল্যৰ পাছত ! UB Photos March 13 / 2023 আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ শৃংখলাৰ চতুৰ্থ খন খেলত কিং কোহলীৰ দূৰ্দান্ত প্ৰদৰ্শনে সকলোকে পৰাভূত কৰিলে। সুদীৰ্ঘ ১২০৫ দিনৰ অন্তত টেষ্ট ক্ৰিকেটত চেঞ্চুৰী কৰে কিং কোহলীয়ে। কোহলীৰ এই চেঞ্চুৰীৰ পিছত মুঠ চেঞ্চুৰীৰ সংখ্যা হৈছে ৭৫ Tags UB Photos UB News Assam Assamese News Virat Kohli India Lucky Locket Read more about বিৰাট কোহলীয়ে কিয় চুমা যাচে বাৰে বাৰে প্ৰত্যেকটো সাফল্যৰ পাছত !Log in to post comments