Covid19

অসমত শেষ হ’ল ক’ভিড। অসমত নাই ক’ভিডৰ এটাও নতুন ঘটনা। বৃহস্পতিবাৰৰ দিনটোত অসমত কৰা ১,৭১৩টা পৰীক্ষাৰ ভিতৰত এজনৰো দেহত ধৰা পৰা নাই ক’ভিড-১৯ৰ উপস্থিতি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটযোগে ঘোষণা কৰে এই কথা-