NEW SOP: কেতিয়া খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Assam School

ৰাজ্যৰ শিক্ষানুষ্ঠানক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP। শীঘ্ৰেই শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১৫ ফেব্ৰুৱাৰীত খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। ধেমাজিত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, কাৰ্ফিউৰ সময়সীমা সালসলনি কৰাৰ ক্ষেত্ৰতো ঘোষণা। নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা কাৰ্ফিউৰ সময়। আক্ৰান্তৰ সংখ্যা ১ হাজাৰলৈ নামিলে সলনি হ’ব কাৰ্ফিউৰ সময়সীমা।

Category
Profile picture for user UB Photos