West Bengal

কলকাতা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
২৪,৬৪০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ চাকৰি খাৰিজৰ নিৰ্দেশ
২০১৬ চনত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষক-কৰ্মচাৰীক
শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ কাৰ্যকালত হৈছিল নিযুক্তি
৪ সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ৮ বছৰৰ দৰমহা
ন্যায়াধীশ দেৱাংশু বাসাক, আই শ্বব্বৰ ৰছিদীৰ খণ্ড বিচাৰপীঠৰ এই নিৰ্দেশ
CBIক নিযুক্তি প্ৰক্ৰিয়াৰ অধিক তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ
৩ মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন