পশ্চিমবংগৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ বাবে বাতিল ১৯ খনকৈ ৰে’ল, কি কি ৰে’লৰ যাত্ৰা বাতিল হৈছে?.....

cancelled

পশ্চিমবংগৰ শিলিগুৰিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
যাত্ৰীবাহী ৰে’ল-মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ
দাৰ্জিলিঙৰ ফান্সিদেৱাত সংঘটিত এই দুৰ্ঘটনা
ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি
গুৰুতৰভাৱে আহত শতাধিকক চিকিৎসালয়ত ভৰ্তি
বাতিল কৰা হৈছে ১৯ খনকৈ ৰে’লৰ যাত্ৰা

railway


বাতিল ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছৰ যাত্ৰা
ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা বাতিল
হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত
গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ 
কামাখ্যা-আনন্দ বিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ যাত্ৰা বাতিল
বাতিল গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছৰ যাত্ৰা
ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছৰ যাত্ৰা বাতিল
নিউ তিনিচুকীয়া-টামবাৰাম এক্সপ্ৰেছকো ধৰি সৰ্বমুঠ ১৯খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।

Category