Assam Bihu

বৰষুণে ম্লান পেলাব পাৰে বিহুৰ উছাহ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত হব পাৰে বৰষুণ । সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ!

গৰু বিহু আৰু মানুহ বিহুৰ দিনা কেইবাখনো জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ ! ১৩ এপ্ৰিলত ১৪খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ১৪ এপ্ৰিলত ১৮খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।