পুনৰ নতুন SOP: ভোগালী বিহুক লৈ পুনৰ কি বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ?

Himanta Biswa Sarma

ভোগালী বিহুৰ বাবে চৰকাৰৰ নতুন SOP

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সান্ধ্য আইনৰ নতুন সময়সীমা

হ্ৰাস হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনৰ সময়

নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন

পূৰ্বতে নিশা ১০ বজাৰ পৰা ৫ বজালৈকে আছিল সান্ধ্য আইনৰ সময়সীমা

Category
Profile picture for user UB Photos