Assam Govt

বিত্তীয় সংকটত পৰিছে অসম চৰকাৰ
৮ এপ্ৰিলত নিলামৰ জৰিয়তে সাময়িক সকাহৰ লক্ষ্য অসম চৰকাৰৰ
বিক্ৰী কৰিব প্ৰায় ১ হাজাৰ কোটি টকাৰ প্ৰতিভূতি জমা
বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ জাননী জাৰি
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে উদ্ভুত নিলাম
কৰ বেংকিং চলিউচন (e-Kuber)ৰ জৰিয়তে হ’ব নিলাম
৮ এপ্ৰিল নিলামৰ দিন ধাৰ্য
ৰাজ্যৰ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত