২০২৩-২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ঘোষণা, ১৮গৰাকী চৰকাৰী বিষয়ালৈ কৰ্মশ্ৰী বঁটা......

Himanta Biswa Sarma

২০২৩-২৪ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ঘোষণা
১৮গৰাকী চৰকাৰী বিষয়ালৈ কৰ্মশ্ৰী বঁটা
বিশেষ পাৰদৰ্শিতাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা
জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, প্ৰধান সচিব, ৰাজহ বিভাগ
শান্তনু পি গোটমাৰে, সঞ্চালক, লেণ্ড ৰেকৰ্ডছ
নৱজিৎ পাঠক, অতিৰিক্ত সঞ্চালক, লেণ্ড ৰেকৰ্ডছ
কৈলাশ কাৰ্তিক এন, পৰিচালন সঞ্চালক, JJM
অৰ্ণৱ কুমাৰ বৰুৱা, AMD, JJM
নাৰায়ণ কোঁৱৰ, সচিব, উচ্চ শিক্ষা
পমী বৰুৱা, সঞ্চালক, উচ্চ শিক্ষা
প্ৰাঞ্জল প্ৰতীম বৰুৱা, OSD, উচ্চ শিক্ষা সঞ্চালকালয়
ৰঞ্জন শৰ্মা, আয়ুক্ত সচিব, সাংস্কৃতিক পৰিক্ৰমা বিভাগ
ডঃ দীপিৰেখা কৌলি, সঞ্চালক, পুৰাতত্ত্ব বিভাগ
ডঃ নৱজিৎ দেউৰী, উপ-সঞ্চালক, পুৰাতত্ত্ব বিভাগ
ডঃ ছাবিনা হাছান, উপ-সঞ্চালক, পুৰাতত্ত্ব বিভাগ
নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আয়ুক্ত, নগাঁও
বিশ্বজিৎ চক্ৰৱৰ্তী, তদানীন্তন DRCS, নগাঁও
শংখপ্ৰৱাল শাণ্ডিল্য, BPM, ASLRM
স্বপ্নীল পল, জিলা আয়ুক্ত, তিনিচুকীয়া
টি চি ৰঞ্জিত ৰাম, DFO, ডিগবৈ
গৌৰৱ অভিজিৎ দিলীপ, SP, তিনিচুকীয়া

Category