UB media

পুনৰ গ্ৰেপ্তাৰ নিলম্বিত ACS বিষয়া নূপুৰ বৰা

চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক

মালিগাঁৱৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে নিলম্বিত ACS বিষয়া নূপুৰ বৰাক

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিষয়াগৰাকী

উল্লেখ্য যে, পূৰ্বে ভূমি জালিয়তি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা

নূপুৰ বৰাৰ বাসগৃহত চলিছিল চিএম ভিজিলেন্সৰ অভিযানত

অভিযানত উদ্ধাৰ হৈছিল কোটি টকাৰ নগদ ধন, সোণ-হীৰাৰ অলংকাৰ

নিলম্বিত হৈ আছিল ৰাজহ চক্ৰ বিষয়াগৰাকী