শ্ৰীভূমি চহৰৰ ব্ৰজেন্দ্ৰ ৰোড এলেকাত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জাহ যায় ৫টাকৈ বাসগৃহ।
এলেকাটো ঠেক থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাই ।
যাৰ ফলত মুহূৰ্তৰ ভিতৰতে জ্বলি ভস্মীভূত হয় ৫ খন ঘৰ ।
জ্বলি ভস্মীভূত হোৱা বাসগৃহকেইটা বিশাখা নমশূদ্ৰ , নিশি নমশূদ্ৰ , কৃষ্ণ নমশূদ্ৰ , ৰাজু দাস , সহদেব ৰবিদাস বুলি জানিব পৰা গৈছে।
বিস্ফোৰণ দুটাকৈ গেছ চিলিণ্ডাৰ ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ।
Category
- Log in to post comments