জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰে পুনৰ সেনাৰ সংঘৰ্ষ

kashmir

জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰে পুনৰ সেনাৰ সংঘৰ্ষ

কুলগাম আক্ৰমণৰ মাষ্টাৰ মাইণ্ডক নিধন 

সেনাৰ গুলীত নিহত সন্ত্রাসবাদী লতিফ ভাট 

কুলগামৰ এটা মছজিদত আশ্রয় লৈ আছিল লতিফ ভাটে

সন্ত্রাসবাদীটোক কৰায়ত্তৰ বাবে অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে

লতিফ ভাটক আত্মসমর্পণৰ নিৰ্দেশ দিছিল সেনাই 

আত্মসমর্পণ কৰিবলৈ অস্বীকাৰ কৰাত দুয়োপক্ষৰ মাজত প্রচণ্ড গুলীয়াগুলী

সেনাৰ গুলীত নিহত লস্কৰ-ঈ-তৈবাৰ কমাণ্ডাৰ লতিফ ভাট

Category