SDRF

প্ৰসংগ : মাতৃক পিণ্ড দিবলৈ যোৱা সন্ধানহীন ২ ভাতৃ
মাতৃৰ পিণ্ড দিবলৈ যাওতে নদীৰ পিচলি পৰিছিল ২ ভাতৃ
লুইতৰ কোৱাল সোঁতে উটুৱাই নিছিল ২ ভাতৃক
মাতৃৰ ছমহীয়া পিণ্ড দিবলৈ যাওঁতে সংঘটিত হৈছিল এই ঘটনা
সলিল সমাধি হোৱা অনন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ 
ঘটনাৰ ১৩ দিনৰ পিছত উদ্ধাৰ কনিষ্ঠ ভাতৃৰ মৃতদেহ
মোহনাঘাটতে উদ্ধাৰ অনন্ত কাকতিৰ মৃতদেহ
১৩ নৱেম্বৰত উদ্ধাৰ হৈছিল জ্যেষ্ঠ ভাতৃৰ মৃতদেহ