Durga Puja 2021

এইচ.ডি.এফ.চি বেঙ্কে মুকলি কৰিছে ফেষ্টিভ ট্ৰিটচ্ ৩.০ অভিযান গুৱাহাটীৰ চেণ্ট্ৰেল মলত।

বেংকৰ এই বছৰৰ ফেষ্টিভ ট্ৰিটচ্ ত থাকিব ক্ৰেডিট কার্ড, লোন আৰু সহজ ই এম আইব বাবে ১০,০০০তকৈ অধিক অফাৰ।

এই বছৰৰ ফেষ্টিভ ট্ৰিটচ্ ৰ বিষয়বস্তু অনুযায়ী "কৰো হৰ দিল ৰোশন", এই বিশ্বাসপ্ৰতিফলিত কৰে যে যিকোনো সৰু কাৰ্যই আনৰ জীৱন সলনি কৰিব পাৰে।

এই অভিযানটো আৰম্ভ কৰা হৈছিল এইচ.ডি.এফ.চি. বেঙ্ক লিমিটেডৰ জোনেল হেড আৰু এইচ.ডি.এফ.চি. বেঙ্কৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত।