ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ! অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গোৎসৱ

Durga Puja

ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ। এইবাৰ অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দুৰ্গোৎসৱ উদযাপনত নাই কোনো বাধা নাই যদিও ক’ভিড বিধি মানি দুৰ্গাপূজা পালন কৰিবলে আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Durga Puja

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুবছৰে দুৰ্গাপূজাৰ নাছিল কোনো আনন্দ- উছাহ। কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰত অহাত দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত দেখা গৈছে আশাৰ ৰেঙনি।

Category
Profile picture for user UB Photos