অসম আৰক্ষীৰ আন এক কলংক SI আব্দুল হুছেইন
চানমাৰি থানাত কৰ্মৰত আছিল লম্পট আব্দুল
আব্দুলক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া আব্দুলক
আব্দুলৰ বিৰুদ্ধে এগৰাকী কিশোৰীৰ ভয়ংকৰ অভিযোগ
আব্দুলে কিশোৰীগৰাকীক গোপন অংগত হাত দিয়াৰ অভিযোগ
কিশোৰীগৰাকীক অশালীন ইংগিত দিছিল SI আব্দুলে
থানালৈ এজাহাৰ দাখিলৰ বাবে আহিছিল কিশোৰীগৰাকী
আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আব্দুলক
- Today is: