পুনৰ খাকী পোছাকত দাগ! POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ চানমাৰি থানাৰ SI আব্দুল হুছেইন....

chandmari police

অসম আৰক্ষীৰ আন এক কলংক SI আব্দুল হুছেইন
চানমাৰি থানাত কৰ্মৰত আছিল লম্পট আব্দুল
আব্দুলক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ
POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া আব্দুলক
আব্দুলৰ বিৰুদ্ধে এগৰাকী কিশোৰীৰ ভয়ংকৰ অভিযোগ
আব্দুলে কিশোৰীগৰাকীক গোপন অংগত হাত দিয়াৰ অভিযোগ
কিশোৰীগৰাকীক অশালীন ইংগিত দিছিল SI আব্দুলে
থানালৈ এজাহাৰ দাখিলৰ বাবে আহিছিল কিশোৰীগৰাকী
আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আব্দুলক

Category