মহানগৰীত অঘটন! কৃত্ৰিম বানত উটি গ’ল এটি শিশু....

ghy

কৃত্ৰিম বানৰ মাজতে মহানগৰীত অঘটন
জ্যোতিনগৰত শোকাৱহ ঘটনা
কৃত্ৰিম বানত উটি গ’ল এটি শিশু
পিতৃৰ সৈতে স্কুটিত গৈ আছিল শিশুটি
পানীৰ সোঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাইছিল স্কুটীখনে
পানীৰে পৰিপূৰ্ণ উন্মুক্ত নলাত সোমাই পৰিল শিশুটি 
উটি যোৱা শিশুটি ৮ বছৰীয়া অবিনাশ সৰকাৰ
পিতৃয়ে আপ্ৰাণ চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে শিশুটিক
শিশুটিৰ সন্ধানত পুৱতি নিশালৈ SDRF, চানমাৰী আৰক্ষীৰ অভিযান
বৰ্তমানেও সন্ধানহীন হৈ আছে শিশুটি
ঘটনাস্থলীত উপস্থিত সাংসদ বিজুলী কলিতা মেধি
পৰিস্থিতিৰ বুজ ল’লে সাংসদগৰাকীয়ে

Category