Assam Flood

বিগত এমাহে কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড়
কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে ডিব্ৰুগড়বাসীক
নালিয়াপুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী
ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়াও বিচ্ছিন্ন যোগাযোগ


পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
গুৱাহাটীৰ IIT বিশেষজ্ঞৰ দ্বাৰা সমাধানৰ আশ্বাস
নালীয়াপুলত উপস্থিত হৈ আশ্বাস সোণোৱালৰ