৫১ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে.......

sachin

আজি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন
৫১ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে
গুণমুগদ্ধই উদযাপন কৰিলে তাৰকা খেলুৱৈগৰাকীৰ জন্মদিন
১৯৭৩ চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছিল তেণ্ডুলকাৰে
নিজ কেৰিয়াৰত তেওঁ খেলিছিল ২০০খন আন্তৰ্জাতিক টেষ্ট মেচ
৪৬৩খন এদিনীয়াত সংগ্ৰহ কৰিছিল ৩৪,৩৪৭ৰান
২০১১ৰ ভাৰতৰ বিশ্বকাপ জয়ত শচীনৰ আছিল অন্যতম ভূমিকা
ভাৰতৰত্ন সন্মানেৰে বিভূষিত তাৰকা খেলুৱৈগৰাকী

Category
Profile picture for user UB Photos