sports news

পুনৰ উজ্বলিল অসম সন্তান ৰিয়ান পৰাগ
ৰিয়ানৰ বেটিং বিক্ৰমত বিধ্বস্ত মুম্বাই ইণ্ডিয়ানছ
দমনীয় প্ৰদৰ্শনেৰে ৰিয়ানে নিজৰ দখললৈ আনিলে অৰেঞ্জ কেপ
একক প্ৰচেষ্টাৰে ৱাংখেড়েত দৰ্পচূৰ্ণ কৰিলে মুম্বাই ইণ্ডিয়ানছৰ
ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী হ’ল মুম্বাই ইণ্ডিয়ানছ
ক্ৰমাগত তৃতীয়টো পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ
একেৰাহে ৩ খন খেলত জয় ৰাজস্থান ৰয়েলছৰ
৩৯টা বলত ৫৪ ৰান কৰি অপৰাজিত হৈ থাকিল ৰিয়ান
১৫ অ’ভাৰত ৩টা বলত ৪টা উইকেট হেৰুৱায় ৰাজস্থানে
১২৭ ৰান সংগ্ৰহ কৰি জয়লাভ ৰাজস্থান ৰয়েলছৰ
IPLত সৰ্বোচ্চ ৰানেৰে ৰিয়ানৰ দখলত অৰেঞ্জ কেপ