
ডিব্ৰুগড়ৰ খনিকৰ পাৰ্কৰ সমীপত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। এতিয়াও পৰিচয় উদ্ধাৰ নোহোৱা মৃত লোকজন এসপ্তাহ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে। উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকজন বিনা চিকিৎসাই আছিল ইমানিদনে। বৃহস্পতিবাৰে খনিকৰ পাৰ্কৰ সমীপৰ এটা পৰিত্যক্ত গৃহত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়।
Category
- Log in to post comments