Thief Case

স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতেই চোৰৰ টিঘিলঘিলনি
মহানগৰীৰ নুনমাটিত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই
নামঘৰ, মছজিদ, ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত
দানপাত্ৰ ভাঙি লুটি নিলে মছজিদৰ নগদ ধন
১নং আনন্দ নগৰৰ ৩টাকৈ নামঘৰত চোৰৰ লুটপাত
লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ
এখন গেলামালাৰ দোকানতো চোৰৰ চাফাই
চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী CCTVত
ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল