Citizenship Amendment Act 2019

উচ্চতম ন্যায়ালয়ত CAA বিধিৰ স্থগিতাদেশৰ শুনানি
CAAৰ পৰৱৰ্তী শুনানি হ’ব ৯ এপ্ৰিলত
শপতনামা দাখিলৰ বাবে সময় বিচাৰিলে কেন্দ্ৰই 
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত এই শুনানি

বিভিন্ন পক্ষই দাখিল কৰা আবেদনৰ ভিত্তিত হৈছিল শুনানি
এই পৰ্যন্ত ২৩৭ খন আবেদন দাখিল ন্যায়ালয়ত 
CAA বিধিৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান দল-সংগঠনৰ
তিনি জনীয়া বিচাৰপীঠত অনুষ্ঠিত এই শুনানি