Home Minister Amit Shah

আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
লখিমপুৰ আৰু তিনিচুকীয়াত চলাব নিৰ্বাচনী প্ৰচাৰ
লখিমপুৰত প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰীৰ
উত্তৰ লখিমপুৰত জনসভাত অংশ ল’ব অমিত শ্বাহে
দুপৰীয়া ১.৩০ বজাত সম্বোধন কৰিব জনসভা
সন্ধিয়া ৬ বজাত তিনিচুকীয়াত অমিত শ্বাহৰ বিশাল ৰোড শ্ব’
চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈকে কৰিব ৰোড শ্ব’
সৰ্বানন্দ সোণোৱালৰ হৈ ৰোড শ্ব’ কৰিব অমিত শ্বাহে