সৰুসজাইত অসম পুলিচৰ ৯০০ শ্বহীদক স্মৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ............

amit

সৰুসজাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ভাষণৰ আৰম্ভণিতে মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ সেৱা
অসম পুলিচৰ ৯০০ শ্বহীদক স্মৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম স্থানত ভাৰত
ৰাম মন্দিৰ প্ৰসংগতো মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ
এয়া দেশৰ বাবে শুভলক্ষণ
উত্তৰ-পূবত সৃষ্টি হৈছে শান্তিৰ বাতাবৰণ
‘বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কৱলত পৰি আহিছে অসম’
‘অনুপ্ৰৱেশকাৰীৰ সমস্যাৰে মোকাবিলা কৰিব পাৰিব কামাণ্ডোসকল’
ভাষণত কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
কংগ্ৰেছৰ দিনত চাকৰিৰ বাবে লাগিছিল পইছা
এটকাও নোলোৱাকৈ চাকৰি দিছে বিজেপি চৰকাৰে
বিজেপি চৰকাৰৰ দিনত ১ টকাৰো লেনদেন হোৱা নাই
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা অমিত শ্বাহৰ

Category
Profile picture for user UB Photos