আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কোটি কোটি মহিলালৈ দিলে এক উপহাৰ। নাৰী দিৱসৰ দিনাই হ্ৰাস পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

প্ৰতিটো চিলিণ্ডাৰত হ্ৰাস পালে ১০০ টকাকৈ। শুকুৰবাৰে পুৱাই টুইটযোগে ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।