মহিলা সকলৰ বাবে সুখবৰ!লোকসভাত গৃহীত হ’ল মহিলা আৰক্ষণ বিধেয়ক.......

women

সংসদীয় গণতন্ত্ৰৰ এক ঐতিহাসিক দিন
লোকসভাত গৃহীত হ’ল মহিলা আৰক্ষণ বিধেয়ক
১২৮ সংখ্যক সংবিধান সংশোধনী বিধেয়ক-২০২৩
নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক গৃহীত
বিধেয়কৰ সপক্ষে ৪৫৪গৰাকী সাংসদ
বিধেয়কৰ বিপক্ষে থিয় দিয়ে মাত্ৰ দুজন সাংসদে
লোকসভা, বিধানসভাত সংৰক্ষিত হ’ব এক তৃতীয়াংশ আসন
লোকসভাত মহিলাৰ বাবে সংৰক্ষিত হ’ব ১৮১খন আসন
এই সংশোধনী বিধেয়কৰ বাবে লাগিব দেশৰ ৫০% ৰাজ্যৰ অনুমোদন
অহা ১৫ বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰক্ষণ ব্যৱস্থা
SC, STৰ মহিলাৰ বাবে পৃথকে নাথাকিব আৰক্ষণ
SC, STৰ মুঠ সংৰক্ষিত আসনৰ ভিতৰতে থাকিব ৩৩% আৰক্ষণ ব্যৱস্থা
দেশৰ লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতহে হ’ব আৰক্ষণ ব্যৱস্থা
ৰোটেচন ব্যৱস্থাৰে সমষ্টি সালসলনিৰ সম্ভাৱনা
সংশোধিত ব্যৱস্থাত সলনি নহয় বিধানসভা, লোকসভাৰ আসনৰ সংখ্যা
আজি ৰাজ্যসভাত উত্থাপন কৰা হ’ব বিধেয়কখন
 

Category
Profile picture for user UB Photos