Eye

কিছুমান খাদ্যাভ্যাসে আমাৰ চকুৰ ক্ষতি কৰিব পাৰে। আমি আমাৰ খাদ্য তালিকাৰ পৰা যি খাওঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ চকুৰ ওপৰত পৰে। যাৰবাবে আপোনাৰ চকুৰ দৃষ্টিশক্তিও দুৰ্বল হৈ যাব পাৰে। চকু সুস্থ কৰি ৰাখিবলৈ পৰাপক্ষত আপুনি তলত উল্লেখ কৰা বস্তু সমূহ নাখাব।<