এই কেইটা বস্তু খাইছে নেকি আপুনি? সাৱধান! চকু দুৰ্বল হ’ব পাৰে আপোনাৰ!

Eye

কিছুমান খাদ্যাভ্যাসে আমাৰ চকুৰ ক্ষতি কৰিব পাৰে। আমি আমাৰ খাদ্য তালিকাৰ পৰা যি খাওঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ চকুৰ ওপৰত পৰে। যাৰবাবে আপোনাৰ চকুৰ দৃষ্টিশক্তিও দুৰ্বল হৈ যাব পাৰে। চকু সুস্থ কৰি ৰাখিবলৈ পৰাপক্ষত আপুনি তলত উল্লেখ কৰা বস্তু সমূহ নাখাব।

ক)ব্ৰেড আৰু পাস্তা- ব্ৰেড আৰু পাস্তাত পোৱা সৰল কাৰ্বহাইড্ৰেট চকুৰ দুৰ্বলতাৰ  কাৰণ  ব পাৰে।  ব্ৰেডত পোৱা উপাদানবোৰে চকু দুৰ্বল কৰাৰ লগতে স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে। আনহাতে, মানুহে পাস্তা খাই ভাল পায়, কিন্তু পাস্তা খালে চকুত বেয়া প্ৰভাৱ পৰে।

খ)শীতল পানীয়- যিকোনো ধৰণৰ শীতল পানীয় আপোনাৰ চকুৰ বাবে বেয়া হব পাৰে। অত্যধিক চেনি সেৱন কৰিলে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পায়, লগতে অত্যধিক শীতল পানীয় সেৱন কৰিলে ডায়েবেটিছ হব পাৰে, আনহাতে ডায়েবেটিছে চকুৰ দৃষ্টিশক্তি হ্ৰাস কৰে। গতিকে যদি আপুনি চকু সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনি শীতল পানীয় সেৱন বন্ধ কৰাটো উচিত। 

Category
Profile picture for user UB Photos